الأحزاب

تفسير سورة الأحزاب آية رقم 15

﴿ﯷﯸﯹﯺﯻﯼﯽﯾﯿﰀﰁﰂﰃﰄ ﴾

﴿وَلَقَدْ كَانُوا عَاهَدُوا اللَّهَ مِنْ قَبْلُ لَا يُوَلُّونَ الْأَدْبَارَ ۚ وَكَانَ عَهْدُ اللَّهِ مَسْئُولًا﴾

অৱশ্যে সিহঁতে পূৰ্বে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। আৰু আল্লাহৰ লগত কৰা অঙ্গীকাৰ সম্পৰ্কে অৱশ্যে (সিহঁতক) সোধা হ’ব।

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

الترجمات والتفاسير لهذه الآية: