فاطر

تفسير سورة فاطر آية رقم 34

﴿ﮊﮋﮌﮍﮎﮏﮐﮑﮒﮓﮔﮕ ﴾

﴿وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي أَذْهَبَ عَنَّا الْحَزَنَ ۖ إِنَّ رَبَّنَا لَغَفُورٌ شَكُورٌ﴾

আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুঃখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ ৰব পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী;

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

الترجمات والتفاسير لهذه الآية: