النحل

تفسير سورة النحل آية رقم 118

﴿ﯪﯫﯬﯭﯮﯯﯰﯱﯲﯳﯴﯵﯶﯷﯸﯹ ﴾

﴿وَعَلَى الَّذِينَ هَادُوا حَرَّمْنَا مَا قَصَصْنَا عَلَيْكَ مِنْ قَبْلُ ۖ وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ﴾

আৰু যিসকলে ইয়াহুদী হৈছে আমি কেৱল সেইটোৱে হাৰাম কৰিছো (সিহঁতৰ ওপৰত) যিটো তোমাৰ ওচৰত আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছো; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাই, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

الترجمات والتفاسير لهذه الآية: