البحث

عبارات مقترحة:

الرفيق

كلمة (الرفيق) في اللغة صيغة مبالغة على وزن (فعيل) من الرفق، وهو...

القاهر

كلمة (القاهر) في اللغة اسم فاعل من القهر، ومعناه الإجبار،...

ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম

الأسامية - অসমীয়া

المؤلف ড. মানে‘ ইবন হাম্মাদ আল-জুহানী ، ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
القسم مقالات
النوع نصي
اللغة الأسامية - অসমীয়া
المفردات العلمانية - المذاهب الفكرية المعاصرة
ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ মুৰতাদ, তেওঁ মুছলিম নহয়। দলীল-প্ৰমাণৰ ভিত্তিত তাৰ যুক্তি খণ্ডন কৰা আৰু তাক তওবা কৰাৰ আহ্বান জানোৱা ওৱাজিব- যেন তেওঁ ইছলামলৈ উভতি অহাৰ সুযোগ পায়। অন্যথা ইহকাল আৰু পৰকালত তেওঁৰ বিৰুদ্ধে ইছলাম ত্যাগকাৰী মুৰতাদৰ বিধান প্ৰযোজ্য হ’ব।

المرفقات

2

ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম
ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম