البحث

عبارات مقترحة:

السيد

كلمة (السيد) في اللغة صيغة مبالغة من السيادة أو السُّؤْدَد،...

الحفيظ

الحفظُ في اللغة هو مراعاةُ الشيء، والاعتناءُ به، و(الحفيظ) اسمٌ...

الإله

(الإله) اسمٌ من أسماء الله تعالى؛ يعني استحقاقَه جل وعلا...

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে?

الأسامية - অসমীয়া

المؤلف স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব) ، ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
القسم مقالات
النوع نصي
اللغة الأسامية - অসমীয়া
المفردات محمد صلى الله عليه وسلم - محتوى متنوع متعلق بنبي الإسلام
চমু বিৱৰণী এই ফতোৱাত নিম্নলিখিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে: মই দুখন কিতাপত পঢ়িছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্রথম সৃষ্টি, আল্লাহ তাআলা তেওঁক স্বীয় নূৰৰ পৰা সৃষ্টি কৰিছে, আৰু তেওঁৰ কাৰণে আন আন মখলুক (সৃষ্টি সমূহ) সৃষ্টি কৰা হৈছে। এই বিষয়ে মোৰ জ্ঞান নিশ্চিত নহয়, এতেকে মোক স্পষ্ট বিশ্লেষন দিয়ক।

المرفقات

2

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে