آل عمران

تفسير سورة آل عمران آية رقم 53

﴿ﭑﭒﭓﭔﭕﭖﭗﭘﭙ ﴾

﴿رَبَّنَا آمَنَّا بِمَا أَنْزَلْتَ وَاتَّبَعْنَا الرَّسُولَ فَاكْتُبْنَا مَعَ الشَّاهِدِينَ﴾

‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছো আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছো। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভূক্ত কৰি লোৱা’।

الترجمة الأسامية

ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ

الترجمات والتفاسير لهذه الآية: