البحث

عبارات مقترحة:

النصير

كلمة (النصير) في اللغة (فعيل) بمعنى (فاعل) أي الناصر، ومعناه العون...

السبوح

كلمة (سُبُّوح) في اللغة صيغة مبالغة على وزن (فُعُّول) من التسبيح،...

القدير

كلمة (القدير) في اللغة صيغة مبالغة من القدرة، أو من التقدير،...

চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন

الأسامية - অসমীয়া

المؤلف আহমাদ ইবন আব্দুৰ ৰহমান আল-কাযী ، ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
القسم مقالات
النوع نصي
اللغة الأسامية - অসমীয়া
المفردات الأعياد الممنوعة - الكريسمس ورأس السنة
উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। সেয়ে বিজাতীয় কোনো উৎসৱত মুছলিমে অংশ গ্ৰহণ কৰা বৈধ নহয়। উক্ত প্ৰৱন্ধটোত সেই বিষয়ে আলোচনা কৰা হৈছে।

المرفقات

2

চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন
চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন